rupaliparda.com
শ্বাহৰুখৰ সৈতে সৰু বিকিঃ | Rupaliparda.com
নৱপ্ৰজন্মৰ একাংশ অভিনেতা-অভিনেত্ৰীৰ ভিতৰত বৰ্তমান সকলোৰে প্ৰিয় হৈ পৰিছে বিকি কৌশল। তেওঁ যিকোনো এখন ফটো আপলোড কৰা লগে লগেই সেইখন ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত।