rupaliparda.com
আচুৰ্য্যৰ কন্ঠত "মিনি তৌৰ পিছে পিছে"- | Rupaliparda.com
আচুৰ্য্য বৰপাত্ৰৰ কন্ঠত মুক্তি পালে "মিনি তৌৰ পিছে পিছে"। ইটোৰ পিছত সিটো সংগীত মুক্তিৰে জনপ্ৰিয়তা লাভ কৰা আচুৰ্য্য বৰপাত্ৰৰ বৰ্তমান অনুৰাগীৰ সংখ্যা যথেষ্ট।