rupaliparda.com
"সম্পৰ্কীয় বোৰে মোক "হিৰোইন", বুলি মাতে"- কৰৱী শৰ্মা | Rupaliparda.com
ইখনৰ পিছত সিখন ধাৰাবাহিকত কৰা অভিনয় যোগে ক্ৰমাৎ জনপ্ৰিয় হৈ পৰা এটা নাম হৈছে কৰৱী শৰ্মা। কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে অভিনয় জগতত নামি পৰিছিল তেওঁ।