rupaliparda.com
নৱ-প্ৰজন্মক আগবঢ়াই নিয়াৰ প্ৰচেষ্টাৰে "মিষ্টাৰ এণ্ড মিছ কেনডিড ২০১৯"- | Rupaliparda.com
ফটো উঠিনো কোনে ভাল নাপায়? নিত্য-নতুন কিছু পজ দি ফটো উঠাটো এতিয়াৰ নতুন প্ৰজন্মৰ এক ফেশ্বন হৈ পৰিছে। ফটোজেনিক মুখ এখনৰ প্ৰাধান্যও হয়টো আপুনি নুবুজাকৈ নাই!