rupaliparda.com
ছানীৰ পুত্ৰই নোৱাৰিলে জিনিব দৰ্শকৰ হৃদয়ঃ | Rupaliparda.com
ছানী দেউলৰ পুত্ৰ কৰণ দেউলৰ ডেবিউ ছবিয়ে বৰকৈ আকৰ্ষিত নকৰিলে দৰ্শকক। ২০ চেপ্তেম্বৰ তাৰিখে মুক্তি প্ৰাপ্ত ছবিখনত ছানী দেউলৰ পুত্ৰৰ অভিনয়ে হতাশ কৰিলে দৰ্শক সকলক।