rupaliparda.com
"জুবিন ইমানেই সৰল যে সি প্ৰত্যেকখন চকী উঠাই মোৰ মনিবেগ বিচাৰিছিল"- বিভূতি ভূষণ হাজৰিকা | Rupaliparda.com
"দূৰণিৰ নিৰলা পঁজা", "মাজ ৰাতিৰ কেতেকী", "অথেলো", "লোকেল কুম্ফু" তথা "মিছন ছাইনা" আদি কেইবাখনো গুৰুত্বপূৰ্ণ ছবিৰ লগতে কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি