rupaliparda.com
ৰোমান্টিক নহয়; অইন থীমৰ সৈতে আহি আছে দীপলিনাঃ | Rupaliparda.com
দীপলিনাৰ কন্ঠ শুনিবলৈ অপেক্ষা কৰি ৰয় এচাম যুৱপ্ৰজন্ম। কন্ঠ শিল্পী গৰাকীয়ে নিজ চচিয়েল মিডিয়া আপলোড কৰা যিকোনো ফটো অথবা ভিডিঅ' ক্ষন্তেকতে ভাইৰেল হৈ পৰে।