rupaliparda.com
২৮ বছৰ বিৰতি পিছত একেলগে লিন্ডা-আৰ্ণল্ড স্কোৱাৰজেনেগাৰঃ | Rupaliparda.com
হলীউডৰ জনপ্ৰিয় ছবি "টাৰ্মিনেটৰ" ৰ ষষ্ঠ সংস্কৰণ "টাৰ্মিনেটৰঃ দা ডাৰ্ক ফেট" ত সম্পূৰ্ণ ২৮ বছৰৰ পিছত দেখিবলৈ পোৱা যাব লিন্ডা হেমিল্টন আৰু আৰ্ণল্ড স্কোৱাৰজেনেগাৰ