rupaliparda.com
৭৯ কিলো ওজন উঠাই ফিট কোন অভিনেত্ৰী?? | Rupaliparda.com
বি-টাউনৰ ফিট অভিনেত্ৰী সমূহৰ ভিতৰত ৰকুল প্ৰীতৰ নাম উল্লেখযোগ্য। তেওঁ নিজক ফিট ৰখাৰ স্বাৰ্থত নতুন লক্ষ্য স্থিৰ কৰাৰ লগতে নিজৰ বডিক চেলেঞ্জো প্ৰদান কৰে।