rupaliparda.com
অসমীয়া সংগীতত নতুন যুঁটিঃ "দীপলিনা-ৰূপম"- | Rupaliparda.com
এগৰাকী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শিল্পী অজয় সিংঘা। তেওঁৰ প্ৰথমটো অসমীয়া গীতত কন্ঠদান কৰিছে অসমৰ দুগৰাকী জনপ্ৰিয় কন্ঠশিল্পী ক্ৰমে দীপলিনা ডেকা আৰু ৰূপম ভূঞাই।