rupaliparda.com
সময়ে সময়ে বাঢ়িছে ভিউৱাৰছৰ সংখ্যাঃ "পেডেল পেডেল ২.০" ৰ জনপ্ৰিয়তাঃ | Rupaliparda.com
২৪ ঘন্টা নৌহওঁতেই অসমীয়া এটা সংগীতে লাভ কৰিছে ৩ লাখতকৈ অধিক ভিউৱাৰছ লগতে ১হাজাৰতকৈ অধিক কমেন্ট। গীতটি অইন নহয়; সেইটো হৈছে বাবুৰ কন্ঠত "পেডেল মাৰি মাৰি ২.০"।