rupaliparda.com
পূজাত "চনাৰ ঝুমকা" ল'ব প্ৰিয়ংকা ভৰালীয়েঃ | Rupaliparda.com
অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী; যি গৰাকীৰ প্ৰত্যেকটো গীতেই বৰ্তমান জনপ্ৰিয়। ইটোৰ পিছত সিটো গীতৰ সৈতে তেওঁ এতিয়া ৰাজত্ব কৰে প্ৰায় প্ৰত্যেকগৰাকী দৰ্শকৰ হৃদয়ত।