rupaliparda.com
চকুত কাজত; মুখত ক্ষোভঃ মুক্তি পালে "লক্ষ্মী বম্ব" ৰ পোষ্টাৰ- | Rupaliparda.com
নৱৰাত্ৰী তথা দূৰ্গা পূজাৰ এই উৎসৱমুখৰ পৰিৱেশৰ মাজতে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে মুকলি কৰিলে তেওঁৰ আহিবলগীয়া ছবি "লক্ষ্মী বম্ব" ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ।