rupaliparda.com
আপনা টায়েম আয়েগাঃ "গলী বয়" ৰ সফলতা আৰু আঁৰৰ কাহিনীঃ | Rupaliparda.com
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুক্তিপ্ৰাপ্ত চিনেমা "গলীবয়"-এ ট্ৰেইলাৰ মুক্তিৰ পিছৰ পৰাই লাভ কৰিছিল দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। ইতিমধ্যে ছবিখনে অস্কাৰৰ বাবেও মনোনয়ন