rupaliparda.com
বলীউডত নবাজুদ্দিন আৰু অথিয়াৰ ন-যুঁটিঃ | Rupaliparda.com
পোন প্ৰথমবাৰৰ বাবে বলীউডত একেলগে দেখিবলৈ পোৱা যাব নৱাজুদ্দিন সিদ্দিকী আৰু অথিয়া চেট্টীক। "মোতীচোৰ চকনাচোৰ" শীৰ্ষক ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে তাৰকাদ্বয়ে।