rupaliparda.com
নাৰীৰ কঠোৰ জীৱন বৰ্ণনাৰে চুটি ছবি "পুষ্পিতা"ঃ | Rupaliparda.com
২০১৪ চনৰ এখন আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চুটি ছবি হৈছে "পুষ্পিতা"। ৯ মিনিট ১৭ চেকেণ্ড দৈৰ্ঘ্যৰ চুটি ছবিখনে সাঙুৰি লৈছে সমাজৰ এক নগ্নতা। কাদম্বৰী কাশ্যপৰ