rupaliparda.com
প্ৰতিভাৰে মেৰ খাই থকা শশাংক সমীৰৰ শব্দৰে আন এটি গীত "ধূলিছিলা"- | Rupaliparda.com
ৰং চেনেলত প্ৰচাৰিত "বিধাতা" ধাৰাবাহিকখনৰ "আৰোহণ" চৰিত্ৰটোৰ কথা হয়টো নিশ্চয় আপোনাৰ মনত আছে। উক্ত চৰিত্ৰটো সুচাৰুৰূপে ৰূপায়ন কৰা অভিনেতা গৰাকী হৈছে শশাংক সমীৰ;