rupaliparda.com
ৰাজনৈতিক প্ৰেক্ষাপটত নিৰ্মিত অসমীয়া ছবি "পাপৰি"- | Rupaliparda.com
১৯৮৬ চনত জাহ্নু বৰুৱাৰ পৰিচালনা আৰু শৈলধৰ বৰুৱাৰ প্ৰযোজনাৰে মুক্তিপ্ৰাপ্ত অসমীয়া ছবিখন হৈছে "পাপৰি"। ১৯৮৩ চনত সংঘটিত ৰাজনৈতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত নিৰ্মাণ