rupaliparda.com
সাক্ষাৎকাৰ বিশেষঃ "চুলি কেইডালৰ বাবেই মোক "মেগী" বুলি মাতিছিল, "মেগী" ভালো পাওঁ বাৰু"- পল্লৱী প্ৰয়াসী | Rupaliparda.com
২০১২ চনত অসমীয়া সংগীত ক্ষেত্ৰখনত খোজ দিয়া পল্লৱী প্ৰয়াসীৰ নামটো আপোনালোকৰ বাবে নতুন হ'লেও হয়টো তেওঁৰ কন্ঠ নতুন নহয়। অসমীয়াকে ধৰি বিভিন্ন ভাষা যেনে নেপালী,