rupaliparda.com
ক্ষন্তেকতে অতিক্ৰম ১০ লাখ লাইকঃ বিৰাট-অনুষ্কাৰ হিট যুঁটি | Rupaliparda.com
বলীউড তথা ক্ৰিকেট জগতৰ আটাইতকৈ পচন্দৰ যুঁটি হৈছে বিৰাট-অনুষ্কাৰ। চচিয়েল মিডিয়াত যেতিয়াই এই যুঁটিটোৰ কোনো ফটো আপলোড কৰা হয় তেতিয়াই ফটোখন ভাইৰেল হৈ পৰে।