rupaliparda.com
বিবাহৰ পিছৰ প্ৰথমটো দীপাৱলীঃ পালন কৰিব একেলগে- | Rupaliparda.com
সাধাৰণ জনৰ লগতে বলীউডৰ চিলেব্ৰেটীও আগন্তুক দীপাৱলীৰ বাবে ব্যস্ত হৈ পৰিছে। কিন্তু এই বৰ্ষৰ "দীপাৱলী" ৰ উৎসৱ কিছু বলীউড চিলেব্ৰেটীৰ বাবে আগতকৈ অধিক বিশেষ হৈ পৰিব।