rupaliparda.com
নিশিতা গোস্বামীৰ নিউ লুকঃ | Rupaliparda.com
অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীক দেখিবলৈ পোৱা যাব নিউ লুকত। নিজক নতুন ৰূপত উপস্থাপনৰ উদ্দেশ্যে অভিনেত্ৰী গৰাকীয়ে আনিলে এই চেঞ্জ।