rupaliparda.com
লাখৰ অংকত আয় লাভ কৰা বুৰঞ্জীমূলক ছবি "মণিৰাম দেৱান"- | Rupaliparda.com
অসমীয়া ছবিৰ ধাৰাত এক কালত বুৰঞ্জীমূলক ছবি নিৰ্মাণৰ এক ঢৌ উঠিছিল। একেধাৰে কেইবাখনো বুৰঞ্জীমূলক ছবিয়ে মুক্তি লাভ কৰিছিল ৬০-৭০ দশকৰ সময়ছোৱাত। এনে বুৰঞ্জীমূলক