rupaliparda.com
নাৱৰীয়াৰ জীৱন সংগ্ৰামৰ কাহিনীৰে জাহ্নু বৰুৱাৰ ছবি "সাগৰলৈ বহু দূৰ"- | Rupaliparda.com
১৯৯৫ চনতে মুক্তি লাভ কৰা জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত "সাগৰলৈ বহু দূৰ" । ১০৬ মিনিট দৈৰ্ঘ্যৰ বোলছবিখনত আছে এজন নাৱৰীয়াৰ জীৱন-সংগ্ৰাম। দিহিং নদীৰ পাৰতেই নাওঁ