rupaliparda.com
ইতিমধ্যে আৰম্ভ হৈছে "ইপাৰ-সিপাৰ" ৰ প্ৰচাৰঃ একেধাৰে মুক্তি অসমীয়া কেইবাখনো ছবি- | Rupaliparda.com
জুবিন, যতীনকে ধৰি অসমীয়া চলচিত্ৰ জগতৰ সৈতে জড়িত বিভিন্ন জনে অসমীয়া ছবিক এক গতি প্ৰদান কৰাৰ চেষ্টা কৰিছে। ঠায়ে ঠায়ে চলিছে এখন দুখনকৈ কেইবাখনো ছবিৰ প্ৰচাৰ।