rupaliparda.com
এইবাৰ দীপলিনাই কন্ঠৰে নহয়; মুহিব অভিনয়েৰেঃ | Rupaliparda.com
ৰং চেনেলত নতুনকৈ সংযোজন এখন নতুন কমেডী ধাৰাবাহিক। চলিত মাহৰ ১৮ তাৰিখৰ পৰা সোমবাৰৰ পৰা শনিবাৰলৈ সম্প্ৰচাৰিত কৰা ধাৰাবাহিক "বকুল তলৰ আদালত"।