rupaliparda.com
কাৰ্তিক আৰিয়েনে আশীৰ্বাদ ল'লে কৰণ জহৰৰঃ কিন্তু কিয়? | Rupaliparda.com
ইখনৰ পিছত সিখন ছবিৰ শ্বুটিঙত ব্যস্ত কাৰ্তিক আৰিয়ন। এইবাৰ অভিনেতা গৰাকী ঢাপলি মেলিছে চণ্ডীগঢ়লৈ। "দোস্তানা ২" ৰ শ্বুটিঙৰ বাবে চণ্ডীগঢ়ত উপস্থিত হ'ল অভিনেতা