rupaliparda.com
ইতিমধ্যে শেষ হৈছে "ইপাৰ-সিপাৰ" ৰ প্ৰচাৰঃ মুক্তি লাভ কৰিব ১৫ নৱেম্বৰত- | Rupaliparda.com
চলিত মাহৰ ১৫ তাৰিখে মুক্তি লাভ কৰিব প্ৰণৱজ্যোতি ভৰালীৰ পৰিচালনাৰে অসমীয়া ছবি "ইপাৰ-সিপাৰ"-এ। অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ ছবিখনে ইতিমধ্যে নিজৰ প্ৰচাৰ শেষ কৰিছে।