rupaliparda.com
"ইপাৰ-সিপাৰ" ৰ বিশেষ দৰ্শনীঃ কিন্তু উপস্থিত নাছিল ছবিখনৰ দুই মুখ্য চৰিত্ৰঃ | Rupaliparda.com
নৱেম্বৰৰ ১৩ তাৰিখে অৰ্থাৎ যোৱা কালি জ্যোতি চিত্ৰৱনত অনুষ্ঠিত কৰা হয় অসমীয়া আগন্তুক ছবি "ইপাৰ-সিপাৰ" ৰ বিশেষ প্ৰদৰ্শনী। অসমীয়া শিল্পী জগতৰ বিভিন্ন জন বিশিষ্ট