rupaliparda.com
২০২০ চনত গুৱাহাটীলৈ আহিব বলীউড তাৰকাঃ ৰঙীণ হ'ব গুৱাহাটী মহানগৰী- | Rupaliparda.com
অহা বছৰ অৰ্থাৎ অহা ২০২০ চনত গুৱাহাটীত উপস্থিত হ'ব বলীউডৰ তাৰকা। ছলমান, শ্বাহৰুখ, আলিয়া, দীপিকাকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় তাৰকাই খদমদমনি লগাব গুৱাহাটী মহানগৰীত।