rupaliparda.com
ড° ভূপেন হাজৰিকাৰ দ্বাৰা নিৰ্মিত অন্যতম ছবি "চিকমিক বিজুলী"- | Rupaliparda.com
১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ড° ভূপেন হাজৰিকাৰ অন্যতম এখন সংগীতৰ ছবি আছিল "চিকমিক বিজুলী"। পৰিচালনাৰ লগতে ছবিখনৰ কাহিনী, চিত্ৰনাট্যৰ আঁৰতো আছিল ড° ভূপেন হাজৰিকা।