rupaliparda.com
আধুনিকতা তথা আভিজাত্যৰ মাধমাৰঃ দুখীয়াৰ দুখৰ কাহিনীৰে ছবি "সংগ্ৰাম"- | Rupaliparda.com
১৯৬৮ চনত অমৰ পাঠকৰ পৰিচালনা তথা কাহিনী, চিত্ৰনাট্যৰে নিৰ্মিত এখন অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছিল; যাৰ নাম আছিল "সংগ্ৰাম"। ইজৰাইল খানৰ প্ৰযোজনাৰে আৰু আই কে চিনে