rupaliparda.com
বিতৰ্কই চুব নোৱাৰা গায়ক বাবু এতিয়া ৰাইজৰ দোষীঃ কিন্তু কিয়?? | Rupaliparda.com
কেতিয়াও কোনো ধৰণৰ বিতৰ্কই চুব নোৱাৰা কন্ঠশিল্পী বাবু এতিয়া ৰাইজৰ দায়ী। বাবুৰ গীত "মাজুলীৰ গাভৰু" ক লৈ ক্ষোভিত সাধাৰণ জন। সত্ৰীয়া সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন