rupaliparda.com
ঘাটমাউৰা এটি শিশুৰ কাহিনীৰে জাহ্নু বৰুৱাৰ "পখী"- | Rupaliparda.com
জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত অসমীয়া ছবিসমূহৰ প্ৰত্যেকখনেই দৰ্শকৰ মাজত কোনো এক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে ছবিসমূহে আজি পৰ্যন্ত দৰ্শকক মনোৰঞ্জন প্ৰদান কৰি আহিছে।