rupaliparda.com
তিনিবছৰ বয়সৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰা জুবলীৰ জন্মদিনঃ | Rupaliparda.com
মাকৰ সান্নিধ্যতাত সংগীত জগতত খোজ পেলোৱা এগৰাকী কন্ঠশিল্পী; তিনিবছৰ বয়সৰ পৰাই মঞ্চত গীত পৰিৱেশন কৰা সকলোৰে পৰিচিত জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱাৰ আজি জন্মদিন।