rupaliparda.com
হায়দৰাবাদত সংঘটিত পাশৱিক কাণ্ডক ধিক্কাৰ বলীউড চিলেব্ৰেটীৰঃ | Rupaliparda.com
হায়দৰাবাদত হোৱা ঘৃণনীয় কাণ্ডক লৈ জ্বলিছে এতিয়া সমগ্ৰ দেশ। পশু চিকিৎসক প্ৰিয়ংকা ৰেড্ডীৰ সৈতে হোৱা পাশৱিক কাণ্ডক এতিয়া ধিক্কাৰ দিছে সাধাৰণ জনৰ লগতে তাৰকাসকলেও।