rupaliparda.com
"ঘপককৈ" আহিব গীতালী কাকতিঃ | Rupaliparda.com
অসমৰ উল্লেখযোগ্য কন্ঠশিল্পী সমূহৰ ভিতৰত তেজপুৰৰ জীয়ৰী তথা অসমৰ জনপ্ৰিয় গায়িকা গীতালী কাকতি হৈছে অন্যতম। তেওঁৰ কন্ঠৰ প্ৰায় সংগীতেই বৰ্তমান সাধাৰণজনৰ মুখে মুখে।