rupaliparda.com
বাপা আহমেদৰ পৰিচালনাৰে এইবাৰ "বান্ধোন"- | Rupaliparda.com
"বিধাতা" ৰ পিছত বাপা আহমেদৰ পৰিচালনাৰে আকৌ এবাৰ টেলিভিছন পৰ্দালৈ আহি আছে ধাৰাবাহিক "বান্ধোন"। ধাৰাবাহিকখনত কেইবাটাও জনপ্ৰিয় চৰিত্ৰক একেলগে দেখিবলৈ পোৱা যাব।