rupaliparda.com
প্ৰেমৰ মধুৰ ৰসেৰে আকৌ এবাৰ দীপলিনাঃ | Rupaliparda.com
প্ৰেমৰ মধুৰ ৰসত ডুবিছে দীপলিনাৰ অনুৰাগী। "চুই দিয়ানা" ৰ পিছত দীপলিনা ডেকাৰ কন্ঠত মুক্তিপ্ৰাপ্ত গীত "তুমি আহিলে" ই এতিয়া সমগ্ৰ শ্ৰোতাক আকৰ্ষিত কৰিছে।