rupaliparda.com
কৰ্মব্যস্ততাৰ মাজতেই অমৃতাৰ "কা" বিৰোধী পোষ্টঃ | Rupaliparda.com
কৰ্মব্যস্ততাৰ মাজতেই অভিনেত্ৰী অমৃতাৰ "কা" বিৰোধী পোষ্ট। "শিল্পীৰ গণ আন্দোলন" ত অসমীয়া কেইবাগৰাকীও শিল্পীৰ লগতে এই আন্দোলনত আগ-ভাগ লৈছিল অভিনেত্ৰী অমৃতা গগৈয়েও।