rupaliparda.com
ককাক-নাতিয়েকৰ যুঁটি আৰু সৰল প্ৰেম-কাহিনীৰে "ককাদেউতা, নাতি আৰু হাতী"- | Rupaliparda.com
নিপ বৰুৱাৰ দ্বাৰা পৰিচালিত ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া জনপ্ৰিয় ছবি হৈছে "ককাদেউতা, নাতি আৰু হাতী"। ককাক আৰু নাতিয়েকৰ যুঁটি তথা কিছু অংশ প্ৰেমৰ কাহিনীৰে