rupaliparda.com
অসমৰ বাটৰ নাটৰ বাটকটীয়া ৰত্ন ওজাৰ মৃত্যুঃ শোকস্তদ্ধ অসমবাসী- | Rupaliparda.com
অসমৰ বাটৰ নাটৰ বাটকটীয়া হিচাপে সকলোৰে পৰিচিত ৰত্ন ওজাই আজি ইহলীলা সম্বৰণ কৰিলে। ১৯৩১ চনৰ ৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰা এই শিল্পী গৰাকী একাধাৰে অভিনেতা, গায়ক,নৃত্য