rupaliparda.com
"দ্ৰৌপদী" ছবিত কি হ'ব ঋত্বিকৰ চৰিত্ৰ?? ক'লে দীপিকাইঃ | Rupaliparda.com
ঋত্বিক ৰোশন তথা দীপিকা পাডুকনে তেতিয়াৰ পৰাই চৰ্চা লাভ কৰিছে যেতিয়াৰ পৰাই ঋত্বিকে দীপিকাৰ মুখত চকলেট লগাইছিল আৰু এই ভিডঅ'টি ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত।