rupaliparda.com
নৱবৰ্ষত ৰাইজক নতুনত্ব দিয়াৰ মানসেৰে ৰাজকুমাৰ ৰাওঁঃ | Rupaliparda.com
২০১০ চনত মুক্তিপ্ৰাপ্ত বলীউড ছবি "ৰণ" ৰ পৰা নিজ কেৰিয়াৰৰ আৰম্ভণি কৰা ৰাজকুমাৰ ৰাওঁয়ে বিগত দহ বছৰত নিজ অভিনয়েৰে বহু দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈ পৰিছে।