rupaliparda.com
এতিয়াৰে পৰা নেটফ্লিক্সত "ভিলেইজ ৰকষ্টাৰ" ও "বুলবুল কেন ছিং"- | Rupaliparda.com
অসমীয়া ছবিৰ গতিধাৰাত এক নতুনত্বৰ বীজ ৰুইছিল পৰিচালক ৰীমা দাসে। বৰ্তমানলৈ নিৰ্মিত তেওঁৰ দুইখন ছবিয়ে ঘৰুৱা দৰ্শককে আদি কৰি আকৰ্ষিত কৰিছিল