rupaliparda.com
"গৰু" ৰ গীতৰ মুক্তিঃ | Rupaliparda.com
মুক্তি লাভ কৰিলে চলিত বৰ্ষৰ ১ মে' ত মুক্তি পাবলগীয়া ছবি "গৰু" ৰ গীত। হিমাংশু দাসৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ ইতিমধ্যে মুকলি কৰি দিয়া গীতসমূহৰ শ্ৰব্য সংকলন।