rupaliparda.com
থিয়েটাৰ ও ধাৰাবাহিক লগতে অসমীয়া ছবিত অভিনীত জনপ্ৰিয় শিল্পী গায়ত্ৰী বৰাৰ জন্মদিনঃ | Rupaliparda.com
অসমীয়া সাংস্কৃতিক জগতৰ এটা জনপ্ৰিয় নাম গায়ত্ৰী বৰা। ভ্ৰাম্যমাণ জগততো এগৰাকী দক্ষ অভিনেত্ৰী ৰূপে পৰিচিত এই গৰাকী শিল্পী কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকৰ লগতে অভিনয়