rupaliparda.com
মুক্তি পালে "শুভ মংগল জ্যাদা সাৱধান" ৰ ট্ৰেইলাৰঃ | Rupaliparda.com
আকৌ এবাৰ ব্যতিক্ৰমী ৰূপেৰে অভিনেতা আয়ূসমান খুৰানা। ২০১৯ বৰ্ষটোত নিজ ছবিৰে জনপ্ৰিয়তা লাভ কৰাৰ পিছত আকৌ এবাৰ ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক।