rupaliparda.com
অসমীয়া প্ৰথমখন ৰঙীণ ছবিৰ পৰিচালক "কমল নাৰায়ণ চৌধুৰী"- | Rupaliparda.com
অসমীয়া চলচিত্ৰ জগতত প্ৰথমখন ৰঙীণ ছবি নিৰ্মাণ কৰা পৰিচালক গৰাকী হৈছে কমল নাৰায়ণ চৌধুৰী। প্ৰথমখন ৰঙীণ ছবি "ভাইটি" ৰ নিৰ্মাতা ৰূপে এই গৰাকী পৰিচালক চিৰস্মৰণীয়।