rupaliparda.com
"বহুবৃত্ত" ৰ বিশেষ দৰ্শনীঃ উপস্থিত থাকিবলৈ আহ্বান উৎপল দত্তৰ- | Rupaliparda.com
উৎপল দত্তৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মিত চুটি ছবি "বহুবৃত্ত" ই ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে ৰাইজ তথা দৰ্শকৰ সমাদৰ। কেইবাখনো ছবি সমাৰোহত